ছয়গাঁৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

WhatsApp Image 2021 03 31 at 12.54.31 PM

● কামৰূপ জিলাৰ ছয়গাঁৱৰ প্ৰীতিপুৰ খেলপথাৰত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে বিশাল জনসভাক সম্বোধন কৰে ।
● অসমত তৃতীয় পৰ্যায়ৰ ভোটদানৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ আহে সাংসদগৰাকী ।

Exit mobile version