দিনটোৰ ৰাশিফল

horoscope nov 16

মেষঃ ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক । বিদ্যালাভত বাধা কম । ভ্ৰমাণাদিত কষ্ট হ’লেও শুভ । পিতৃৰ কথাত নিৰুৎসাহ । শৰীৰ বৰ ভালেৰে যোৱা টান । নতুন সংবাদত আনন্দ ।

বৃষঃ আচৰিত কথাৰ সম্ভেদ পাব। আৰ্থিকতো কিছু কষ্ট শৰীৰ সম্পৰ্কে উদাস নহ’ব । বিদ্যাত বেয়া বোলা নাযায় । ভ্ৰমণত অলপ সাৱধান থাকক ।

মিথুনঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । কৰ্মস্থানত আনন্দ । প্ৰেমত আনন্দ ।

কৰ্কটঃ ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্ৰকট নহ’ব । শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম । বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল ।

সিংহঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব । বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব ‌। আৰ্থিকত চিন্তিত । খৰচৰ মাত্ৰা বৃদ্ধি। ব্যস্ততা ।

কন্যাঃ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব । কৰ্মস্থানত উন্নত আশা নকৰাই ভাল । পঢ়াত মনোনিবেশ কৰিব ।

তুলাঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব । বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব ‌। আৰ্থিকত চিন্তিত । খৰচৰ মাত্ৰা বৃদ্ধি। ব্যস্ততা ।

বৃশ্চিকঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতৰ্ক থকাটো উচিত হ’ব । প্ৰেম প্ৰীতিত উদাস চিন্তা । পঢ়াত মধ্যম ।

ধনুঃ শৰীৰ পূৰ্বৰ তুলনাত আশাপ্ৰদ । আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব । উচ্চ বিদ্যাত সাফল্য লাভ । আৰ্থিক, আয়ু বৃদ্ধি পাব। কোনো প্ৰিয় লোকৰ যোগাযোগত আনন্দ ।

মকৰঃ কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈৰ্য ধৰক । পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায় । ভ্ৰমণত দ্ৰব্য লাভ কৰিব । ব্যৱসায়ত উন্নতিৰ যোগ ।

কুম্ভঃ ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায় । ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায় ।

মীনঃ ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায় । ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায় । প্ৰাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ ।

Exit mobile version