অসমত নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0.08690700 1617274999 1155 1 prime minister narendra modi addresses public meeting at jaynagar west bengal

● তামুলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
● বিজেপিৰ প্ৰৰ্থী লেহোৰাম বড়োৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীৰ ।
● বড়ো আৰু অসমীয়া ভাষাৰে ৰাইজক সম্বোধন জনায় ।
● প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, অসমত ডাবল ইঞ্জিন এনডিএ চৰকাৰ গঠন হোৱাটো নিশ্চিত ।
● অসমৰ দ্ৰুত বিকাশৰ হকে সকলোৱে একজোট হৈ কাম কৰিব লাগিব ।
● ৭০ বছৰৰ তুলনাত পাঁচ বছৰত অধিক বিকাশ হৈছে ।
● অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে ।

Exit mobile version