অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ গুৱাহাটীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী

jpg

আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত এলানি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ভাগ ল’ব

কাৰ্যসূচীসমূহ এনে ধৰণৰ:
▪️পুৱা ১০ বজাত নুনমাটি বাছ ষ্টেণ্ডৰ পৰা পদযাত্ৰা ৷
▪️ দিনৰ ১১ বজাত চান্দমাৰী ফিল্ডৰ পৰা কাৰ ৰেলী ৷
▪️ দিনৰ ১২ বজাত গাড়ীগাঁৱত নিৰ্বাচনী সভা ৷

উক্ত কাৰ্যসূচীসমূহত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, শীৰ্ষ নেতাসকলৰ লগতে দলৰ পূৱ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ ফুকন, দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰিন্স ফাইজুল হক আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ৰুনা লাইলায়ে অংশগ্ৰহণ কৰিব ৷

Exit mobile version