ড্ৰাইভিং লাইচেন্স, যানবাহন পঞ্জীয়নৰ বিধি পৰিৱৰ্তন

Driving licence renewal now available online2

■ কেন্দ্ৰীয় পথ, পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ড্ৰাইভিং লাইচেন্স প্ৰদান, পুনৰ্নবীকৰণ আৰু আত্মসমৰ্পন সম্পৰ্কিত কিছুসংখ্যক বাহন নিয়ম সংশোধন কৰিছে ।
■ আবেদনৰ পৰা লাৰ্ণাৰ লাইচেন্স প্ৰদান পৰ্যন্ত সম্পূৰ্ণ প্ৰক্ৰিয়া অনলাইন হ’ব ।

■ ইলেকট্ৰনিক ফৰ্মখন মেডিকেল প্ৰমাণপত্ৰ, লাৰ্ণিং লাইচেন্স, ড্ৰাইভিং লাইচেন্সৰ নবীকৰণ আৰু ড্ৰাইভিং লাইচেন্স আত্মসমৰ্পনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।
■ অস্থায়ী পঞ্জীয়নৰ সময়সীমা ছমাহলৈ বৃদ্ধি কৰা হৈছে ।
■ আৰটিঅ’ৰ সময়ত বাহনৰ ভৌতিক পৰিদৰ্শনৰ প্ৰয়োজন নাই ।

Exit mobile version