অসমত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

563933 541034 assam phase 2 polls pti

● আজি অসমত তৃতীয় পৰ্যায়ৰ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ।
● ১২ খন জিলাত ৪০ টা সমষ্টিত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ।
● ভাগ্য নিৰ্ণয় হ’ব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ।
● ইয়াৰে ৩১২ জন প্ৰাৰ্থী পুৰুষ আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থী ।
● ৭৯ লাখ ১৯ হেজাৰ ৬৪১ গৰাকী ভোটাৰে কৰিব ভাগ্য নিৰ্ণয় ।
● পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ ।
● ইতিমধ্যে পুৱা ১০.৩০ বজালৈ ২৫.৮৫ শতাংশ ভোটাৰে ভোটদান কৰিছে ।

● বিয়লি এক বজালৈ ৫৩.২৩ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি তিনি বজালৈ ৬৮.৩১ শতাংশ ভোটদান সম্পন্ন ।

● সন্ধিয়া পাঁচ বজালৈ ৭৮.৯৪ শতাংশ ভোটদান সম্পন্ন ।

● তৃতীয় পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত হাৰ হৈছে ৮২.০৪ শতাংশ ।

 

Exit mobile version