ছেমছাং গেলেক্সী এ৩১ৰ মূল্য এহেজাৰ টকালৈ হ্ৰাস

Samsung Galaxy A31 2 600x600 1

■ছেমছাং গেলেক্সী এ৩১ৰ মূল্য এহেজাৰ টকা হ্ৰাস কৰা হৈছে ।
■ ছেমছাং গেলেক্সী এ৩২ত বিনিময়ৰ সুবিধা প্ৰদান কৰা হৈছে ।
■ ছেমছাং গেলেক্সী এ৩১ৰ পূৰ্বৰ মূল্য আছিল ১৭,৯৯৯ টকা ।
■ গেলেক্সী এ৩২ত তিনি হেজাৰ টকাৰ বিনিময় সুযোগ প্ৰদান কৰা হৈছে ।

■ ছেমছাং গেলেক্সী এ৩১ৰ ৬ জিবি ৰেড + ১২৮ জিবি ষ্ট’ৰেজযুক্ত মডেলৰ মূল্য ১৬,৯৯৯ টকা ।
■ ছেমছাং গেলেক্সী এ৩২ৰ ৬জিবি ৰেম + ১২৮ জিবি ষ্ট’ৰেজযুক্ত মডেলৰ মূল্য ২১,৯৯৯ টকা ।
■ ফোনটোত ৫০০০mAh বেটেৰী উপলব্ধ হ’ব ।

Exit mobile version