ভাৰতত এম‌আই ১১ আল্ট্ৰাসহ উন্মোচন পাব এম‌আই ১১, এম‌আই ১১ প্ৰ’, এম‌আই ১১আই

■ ছিয়াঅ’মি গ্ল’বেলৰ উপ সভাপতি মানো কুমাৰে টুইট কৰি জনায় যে, ২৩ এপ্ৰিলত ভাৰতত এম‌আই ১১ৰ ছিৰিজ উন্মোচন কৰা হ’ব ।
■ এম‌আই ১১ আল্ট্ৰাসহ উন্মোচন পাব এম‌আই ১১, এম‌আই ১১ প্ৰ’, এম‌আই ১১আই স্নেপড্ৰেগন ৮৮৮ এছচি-ৰ দ্বাৰা পৰিচালিত ।
■‌ এম‌আই ১১ আল্ট্ৰাত উপলব্ধ হ’ব ৬.৮১ ইঞ্চি ২০০০ ডব্লিউকিউএইচডি + ই৪ অম’ল্ড প্ৰাইমাৰী ডিচপ্লে আৰু ১.১ ইঞ্চি অম’ল্ড ছেকেণ্ড্ৰী বেক ডিচপ্লে ।
■ ফোনটোৰ প্ৰাৰম্ভিক মূল্য হ’ব ৭০ হেজাৰ টকা ।

Exit mobile version