এপ্ৰিলত হোণ্ডাই আগবঢ়াইছে নিৰ্বাচিত গাড়ীত ১.৫ লাখ টকাৰ ৰেহাই

kona 01 4 3

■ চলিত মাহত হোণ্ডাই ইয়াৰ বিএছ৬-কম্প্লায়েণ্ট গাড়ীসমূহত আগবঢ়াব ১.৫ লাখ টকাৰ ৰেহাই ।
■ এই ৰেহাই ৩০ এপ্ৰিল, ২০২১ পৰ্যন্ত থাকিব ।
■ এই ৰেহাই কাৰ্যকৰী হোৱা নিৰ্বাচিত গাড়ীৰ মডেলসমূহ হৈছে ছেণ্ট্ৰ’, গ্ৰেণ্ড আই ১০ নিয়’ছ, অওৰা, আই২০ আৰু ক’না ইভি ।

■ ৰেহাই মূল্য ডিলাৰ অনুযায়ী পৃথক পৃথক হ’ব ।
■ হোণ্ডাই গ্ৰেণ্ড আই১০ নিয়’ছৰ মূল্য ৱেবছাইটত দিয়া হৈছে ৪৫ হেজাৰ । ইয়াত কেছ বেনিফিট থাকিব ৩০ হেজাৰ এক্সেচেঞ্জ ব’নাছ পাব ১০ হেজাৰ টকা ।

■ ছেণ্ট্ৰ’ই আগবঢ়াইছে ৩৫ হেজাৰৰ ৰেহাই, য’ত কেছ ৰেহাই ২০ হেজাৰ আৰু এক্সচেঞ্জ ব’নাছ ১০ হেজাৰ ।
■ হোণ্ডাই অওৰাত দিয়া হৈছে ৪৫ হেজাৰৰ ৰেহাই, য’ত ৩০ হেজাৰ কেছ ৰেহাই, ১০ হেজাৰ এক্সচেঞ্জ ব’নাছ আৰু পাঁচ হেজাৰ ক’ৰ্প’ৰেট ৰেহাই ।

Exit mobile version