ফকিৰাগ্ৰামত পালন কৰা হৈছে সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেছনৰ ৩১ তম প্ৰতিষ্ঠা দিৱস

all assam

অসমত বাঙালী জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতিবলৈ ১৯৯০ চনত জন্ম লাভ কৰা সদৌ অসম বাঙালী যুৱ ছাত্ৰফেডাৰেছন নামৰ এক সংঠনৰ জন্ম লাভ কৰে ।

ADVERTISEMENT

উক্ত সংগঠনে আজি ৩১ বছৰ অতিক্ৰম কৰাৰ বাবে আজি কোকৰাঝাৰ জিলাৰ অধিন ফকিৰাগ্ৰামত অনুষ্ঠুপীয়াকৈ সংগঠনটোৰ জন্ম দিৱসটো পালন কৰে ।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহী বেদীত মাল্যাঅৰ্পনও কৰে । উক্ত অনুষ্ঠানত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বিটিএডি ক্ষেত্ৰীয় সমিতিৰ সভাপতি গোপাল ঘোষ , কোকৰাঝাৰ জিলাসমিতিৰ সভাপতি ইন্দ্ৰজীৎ দেৱনাথ , সম্পাদক দিপক দাস আদিৰ লগতে চিথিলা , ফকিৰাগ্ৰাম , ডালোৱাবাৰী আঞ্চলিকৰ কৰ্মকৰ্তা সকলো উপস্থিত থাকে ।

Exit mobile version