ভিন্ন গুণ সম্পন্ন চফ গুটি

pan masala

★চফ গুটি নিয়মীয়াকৈ খালে কোষ্ঠকাঠিন্য দূৰ হয়।

★ওজনো হ্ৰাস হোৱাত সহায়ক হয় চফ গুটি।

★ এজমা বা ব্ৰংকাইটিছ ৰোগীয়ে খালে সুফল পাব পাৰে।

★ পানীলগা, কফ আদি হ’লে মৌৰ লগত খালে উপকাৰ পোৱা যায়।

★ আহাৰ খোৱাৰ পিছত পেটত গেছ অনুভৱ হ’লে চফগুটি খালে তৎক্ষাণাৎ উপশম হয়।

★ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাত সহায়ক হয় চফ গুটি।

★পেটৰ বিষ হ্ৰাস কৰাতো সহায়ক হয়।

★ চফ গুটিত এণ্টিছেপ্টিক গুণো আছে ।

★চফ গুটিত কেলছিয়াম, আইৰন, মেংগানিজ আদি লৱণসমূহ আছে, যি আমাৰ শৰীৰত হাড়, ছাল, চুলি সুস্থ ৰখাত সহায় কৰে।

Exit mobile version