জুইয়ে পুৰিলে তৎক্ষণাত কৰক এই কেইটা কাম

burns

★ জুইয়ে পুৰা ঠাইখিনিত ‘কেষ্টৰ অইল’ কপাহত ভিজাই লগালে অতি কম সময়তে জ্বলা-পােৰা কমি যাব।

★ আলু থেতেলিয়াই জুইয়ে পুৰা ঠাইত লগালে উপকাৰ পায়।

★ জুইয়ে পুৰা ঠাইত মৌ-জোল বা কেৰাচিন সানি দিলে জ্বলা পুৰা বহু পৰিমাণে কমে।

★ নাৰিকল তেলৰ লগত চূণ মিহলাই পােৰা ঠাইত লগালেও আৰাম পোৱা যায়।

Exit mobile version