দিনটোৰ ৰাশিফল

horoscope 2 1200

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সম্ভভাৱে লাভ কৰি উপকৃত হ’ব। কর্মস্থানত আনন্দ। প্রেমত আনন্দ শুভ ৰং হালধীয়া।

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ ৰং ৰঙা।

মিথুন : মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। দায়িত্ব পূর্ণ কামত মাংগলিক কৃতকার্য হােৱাৰ সম্ভৱনা। বিদ্যাত শুভ ফল। শৰীৰ মধ্যম। শুভ ৰং বগা।

কর্কট : সহযােগীৰ সহায়ত উৎসাহ পাব। প্রতাৰৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয় বৃদ্ধিৰ কাৰক। নতুন কোন উদ্দেশ্যত সফল হ’ব। প্ৰেমত নিৰাশা। শুভ ৰং ক্রীম।

সিংহ : আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান। থাকক। ঘৰুৱা শুভ। শুভ ৰং বগা।

কন্যা : কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা।

তুলা : আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম সৰু-সুৰা সাংবাদিকে গুৰুতৰ বুলি নল’ব। নতুন সম্পদ ক্রয়। শুভ ৰং সেউজীয়া।

বৃশ্চিক : ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব। ভ্ৰমণত সাৱধান। শুভ ৰং কমলা।

ধনু : দিনটো পাৰিপাৰ্শ্বিক বাধা-বিঘিনীৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্রতি আওকান নকৰিব। কর্মত খ্যাতি বৃদ্ধিৰ যােগ। শুভ ৰং নীলা।

মকৰ : কর্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা। যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ। শুভ ৰং বগা।

কুম্ভ : নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। অতি দক্ষতা থাকিব। ব্যৱসা-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ। পিতৃ-মাতৃৰ চিন্তা। শুভ ৰং গেৰুৱা।

মীন : যত্নৰ বিদ্যাত সাফল্য লাভ। আর্থিকত ব্যয় বৃদ্ধি পাব। কোনাে দূৰ বার্তাত আনন্দ লাভ। বেংক-কর্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল। থাকিব। প্ৰেমত শুভ। শুভ ৰং বেঙুণীয়া।

Exit mobile version