দিনটোৰ ৰাশিফল

horoscope 2 1200

মেষ : নতুন ব্যৱসায় কর্ম তৎপৰতাৰ থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকল কোনাে সম্ভাব্য যােগাযােগৰ বাবে চেষ্টা কৰি চাব পাৰে। প্ৰেমত মতবিৰােধ। বিদ্যাত উৎসাহ।

বৃষ : পত্নী সুখ। উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্রগতি কৰিব।

মিথুন : বিবাহৰ চিন্তা কোনাে কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতাে বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা। শৰীৰ বিশেষ ভাল বুলি ক’ব নােৱাৰি।

কর্কত : যশ বৃদ্ধি আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কৰ্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব। শৰীৰাে মধ্যম। পাৰিবাৰিক শুভ।

সিংহ : ছাত্র-ছাত্রী সুনাম। মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্রভাৱ পৰিব। কাকো কক্ষ ব্যৱহাৰ নকৰিব।

কন্যা : কৃষিত উন্নতি। আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমাজালি আহিব পাৰে। প্ৰেমত শুভ। দাম্পত্যত সাধাৰণ মতান্তৰ।

তুলা : ঐশ্বর্য লাভ প্রয়ােজনীয়। সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্র যােগাৰ আশা। বিয়া-বাৰুৰ সংযােগ।

বৃশ্চিক : বুদ্ধি নাশ নিৰাশ কর্মচিন্তা, ভ্রমণাদিৰ যােগ থাকিব। কোনাে অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব। পাৰিবাৰিক শুভ।

ধনু : আনৰ সহায় অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল পাব। দাম্পত্যত সিমান। আনন্দ নাথাকিব। বিদ্যাত শুভ।

মকৰ : কৌশল আয়ত্ত কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল কম।

কুম্ভ :অপ্রত্যাশিত মৰম পাৰদৰ্শিতা থাকিব। আর্থিক দিশত
খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা। দূৰ ভ্ৰমণৰ যােগ।

মীন : ভ্রমণ হাতত লােৱা কাৰ্যসূচীৰ সুস্থ সমাধান। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনাে আশা পূৰণ হ’ব।

Exit mobile version