বঙাইগাঁও জিলাৰ মানিকপুৰত আলফাৰ আৰক্ষীৰে সংঘৰ্ষত নিহত আলফা নেতা দ্বিপেন সাউদ

WhatsApp Image 2021 04 29 at 6.37.28 PM 1

বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বেচিমাৰিত আৰক্ষীৰ বৃহৎ সাফল্য ।আৰক্ষীৰ গুলীত নিহত শীৰ্ষ আলফা নেতা দ্বিপেন সাউদ ।

এটা বাসগৃহত আশ্ৰয় লৈ থকা খবৰ লাভ কৰি বঙাইগাঁও আৰক্ষীয়ে পুঁৱতি নিশা দুই বজাত চলাইছিল অভিযান l আৰক্ষীৰ সতে সংঘৰ্ষত থিতাতে নিহত হয় দিপেন সাউদ নামৰ আলফাৰ দুধৰ্ষ নেতাজন।

আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা দিপেন সাউদৰ দেহৰক্ষী সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে । আলফাক আশ্ৰয় দিয়া ঘৰৰ গৰাকীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে ঘটনা স্থলীৰ পৰা দুটা পিষ্টল আৰু এটা গ্ৰেনেড উদ্ধাৰ কৰিছে ।

Exit mobile version