পলাশবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ জয়

yHH5Pm5U

বিজেপি প্ৰাৰ্থী হেমাংগই লাভ কৰিলে ৬৭,৯২৩টা ভোট ।

দ্বীতিয়তে পংকজলোচন গোস্বামীয়ে লাভ কৰে ২৮,০১১টা ভোট ।

একেদৰে কংগ্ৰেছৰ যতীন মালীয়ে লাভ কৰে ২৬,৮৭৪টা ভোট ।

৩৯,৯১২টা ভোটৰ ব্যৱধানত জয়লাভ কৰে হেমাংগই ।

Exit mobile version