কোন অসমৰ নতুন মুখ্যমন্ত্ৰী ?

অৱশেষত সকলো উৎকন্ঠাৰ অৱসান ঘটিল । আজি ঘোষিত হ’ল অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম । অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ।

আজি বিধায়িনী দলৰ বৈঠকত ড৹হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে।

Exit mobile version