মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই

d4cae447d3190cf3522c4561b6ab977f

● গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ।
● তেওঁ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী ।
● শপত বাক্য পাঠ কৰায় ৰাজ্যপাল জগদীশ মুখীয়ে ।

● কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰঞ্জিত কুমাৰ দাসৰ ।
● কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে অতুল বৰাই ।
● উৰ্খাউ গৌৰা ব্ৰহ্মৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ ।

Exit mobile version