সদৌ বিটিচি সংখ্যা লঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আবু জুৱায়েৰ মণ্ডলৰ নৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিবাদন

সদৌ বিটিচি সংখ্যা লঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক আবু জুৱায়েৰ মণ্ডলে অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনায় ।

ADVERTISEMENT

লগতে ছাত্ৰ সংগঠনটোৰ প্ৰয়াত সভাপতি লাফিকুল ইচলাম হত্যাকাণ্ডত জড়িত দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব বুলি আশা প্ৰকাশ কৰে।

Exit mobile version