চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা কুমগুৰীত বজ্ৰপাতত এজন নিহত আহত চাৰিজন

https specials

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ কুমগুৰীত সোমাবাৰে সন্ধিয়াৰ হোৱাৰ আগে আগে বজ্ৰপাতত এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক আহত হয়।

বিয়াঘৰত সংঘটিত হৈছে এই ঘটনা । বিয়া ঘৰত বজ্ৰপাতত গাঁওখনৰ সঞ্জয় হাছদা(২২) নামৰ এজন যুৱক নিহত হোৱাৰ লগতে খৰ্ম মাৰ্ডী,মণ্ডল হাছদা, সপল কিস্কু লগতে আন এজন আহত হৈছে।

মৃত সঞ্জয় হাছদাক আৰক্ষীয়ে মৰনোত্তৰ পৰিক্ষাৰ বাবে কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

Exit mobile version