জাপানত উন্মোচন কৰা হ’ল অ’প্প’ ৰেন’ ৫এ

oppo reno 5a image 1621675398634

■ জাপানত আইপি৬৮ শংসাপত্ৰৰে উন্মোচন কৰা হ’ল অ’প্প’ ৰেন’ ৫এ ।
■ ফোনটোত ৯০Hz ডিচপ্লে উপলব্ধ হ’ব ।
■ অ’প্প’ ৰেন’ ৫এ-ত কোৱেলকম স্নেপড্ৰেগন ৭৬৫জি এছচি উপলব্ধ হ’ব ।
■ ইয়াত ১২৮ জিবি ষ্ট’ৰেজ থাকিব ।
■ স্মাৰ্টফোনটোত আলট্ৰা নাইট ভিডিঅ’, লাইভ এইচডিআৰ আৰু নিয়ন প’ৰ্ট্ৰেইতৰ দৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স উপলব্ধ হ’ব ।
■ ই ৫জি আৰু এন‌এফচি ছাপ’ৰ্ট কৰিব ।
■ ফোনটো জাপানত আইচ ব্লু আৰু ছিলভাৰ ব্লেকত উপলব্ধ হ’ব ।
■ ফোনটোৰ মূল্য এই পৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই ।
■ ইয়াত এণ্ড্ৰ‌ইড ১১ চলিত হ’ব ।

Exit mobile version