কমলা ৰসৰ ছয়টা চমৎকাৰী গুণ

glass orange juice person squeezing orange it 181624 1070

★ নিয়মিয়াকৈ কমলাৰ ৰস খালে এচিডিয়াৰ সমস্যাত সুফল পোৱা যায়।

★অপকাৰি কলেষ্টৰল কম কৰি হ্ৰদযন্ত্রক সঠিক ভাৱে ৰখাত কমলাৰ ৰস উপকাৰি প্রমাণিত হৈছে।

★ কমলাৰ পৰা পোৱা ভিটামিন-চি ছাল আৰু চুলিৰ কাৰনে অতি উপকাৰী।

★ কমলাৰ ৰসে হাড় আৰু দাঁতৰ গঠন মজবুত কৰে, চকুৰ দৃষ্টি শক্তি সঠিক ভাৱে ৰাখে।

★ মুখ-জিভাৰ ঘাৰ উপৰিও শৰীৰৰ আন ঘা শুকুৱাত সহায় কৰে কমলাৰ ৰসে।

★ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে কমলা অতি উপকাৰী।

Exit mobile version