তিনিচুকীয়াত আটক তিনি তেলচুৰ

WhatsApp Image 2021 05 26 at 2.46.41 PM

তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰেণ বৰাই আটক কৰে তেল চুৰ কেইজনক ৷

চুৰকেইজন ক্ৰমে জিতেন গগৈ, ৰাজকুমাৰ গোঁহাঞি আৰু গুণকান্ত মৰাণ ৷

তিনিচুকীয়া জিলাখনত সঘনাই হৈ থকা কে’বাটাও তেলচুৰিৰ চক্ৰৰ স’তে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

Exit mobile version