ৰিয়েলমি এক্স৭ মেক্স ৫জি ৩১ মে’ত উন্মোচন হোৱাৰ পাছত উপলব্ধ হ’ব ফ্লিপকাৰ্টত

82933462

■ আগন্তুক ৩১ মে’ত উন্মোচন কৰা হ’ব ৰিয়েলমি এক্স৭ মেক্স ৫জি ।
■ উন্মোচনৰ পাছতেই ফোনটো উপলব্ধ হ’ব ফ্লিপকাৰ্টত ।
■ ফোনটো ১২০০ এছচি মেডিয়াটেক ডাইমেনছিটীৰ দ্বাৰা পৰিচালিত হ’ব ।
■ ইয়াত ১২০Hz ডিছপ্লে, ৫০w ছুপাৰ ডাৰ্ট ফাষ্ট চাৰ্জ আৰু ত্ৰিপল ৰেয়াৰ কেমেৰা উপলব্ধ হ’ব ।
■ ই তিনিটা আছুতীয়া ৰঙত উপলব্ধ হ’ব ।
■ স্মাৰ্টফোনটো ৮.৪মিমি মোটা আৰু ইয়াৰ ওজন ১৭৯ গ্ৰাম ।

Exit mobile version