কেন্দ্ৰীয় চৰকাৰৰ সপ্তম বষৰ্পূৰ্তি উপলক্ষে কলগাছিয়াত মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্ৰী বিতৰণ

WhatsApp Image 2021 05 30 at 6.50.48 PM

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যালয়ৰ দ্বিতীয় বষৰ্পূৰ্তি উপলক্ষে আজি জনীয়া সমষ্টি বিজেপিয়ে ”সেৱাই সংগঠন”ৰ দৰে এক জনকল্যণমূলক কাৰ্যসূচী হাতত লয় ।

২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দীতা আগবঢ়োৱা কবি, লেখক, উপন্যাসিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বহিদুল ইছলামৰ নেতৃত্বত আজি জনীয়া সমষ্টিৰ অন্তৰ্গত কুৰিখন গাঁৱত মাস্ক, চেনিটাইজাৰ লগতে কৰ’না ৰোগীক ফলমূল বিতৰণ কৰে ।

কন্টেইন্টেইনমেন জ’ন ঘোষনা কৰা তিতাপানী আৰু মাদুলিঝাৰৰ কে’বাটাও পৰিয়াক চাউল, দালি, মিঠাতেল, নিমখ বিতৰণ কৰা হয় । সমাজ সেৱক শ্বহিদুল ইছলামে এনে জনকল্যণমূলক কামৰ বাবে সমগ্ৰ কলগাছিয়া অঞ্চলতে ভূয়সী প্ৰশংসাৰ পাত্ৰ হৈছে ।

Exit mobile version