ছয়গাঁৱত ক’ভিডত মৃত্যু এগৰাকী মহিলাৰ

WhatsApp Image 2021 05 31 at 3.38.14 PM

ছয়গাঁৱৰ গৰৈমাৰীত মহিমাৰী কৰ’নাত এগৰাকী মহিলাৰ  মৃত্যু হয় । মহিলাগৰাকী ছামছুন নাহাৰ নুৰী (৪৯) ।

প্ৰায় সপ্তাহ ধৰি আক্ৰান্ত হৈ আছিল মহামাৰীত । যোৱা নিশা হায়াট হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ।

মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰিছিল মহিলাগৰাকীয়ে ।

Exit mobile version