পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত প্রদিতবাদ ।
ধুবুৰীৰ কেইবাটাও স্থানত সাব্যস্ত কৰে প্ৰতিবাদ ।
প্ৰেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত অনান্য সামগ্ৰীৰো মূল্য বৃদ্ধি পাইছে ।
প্ৰেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰি চৰকাৰে ৰাইজক মাধমাৰ সোধাইছে ।
ধুবুৰী জিলা কংগ্ৰেছ, কংগ্ৰেছৰ কেইবাটাও ভাতৃ সংগঠনৰ নেতৃত্বত এই প্ৰতিবাদ ।