ধুবুৰীত সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে নৱ প্ৰজন্ম। ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে এ এম কোঃ ৰোড অঞ্চলৰ একাংশ নৱ প্ৰজন্মই ড্ৰাগছৰ বেহা চলাই গৈছে। একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চল। তেনে এক গোপন তথ্যৰ ভিত্তিত তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অঞ্চলটোৰ বিভিন্ন অঞ্চলত অভিযান চলাই ১৫ টাকৈ কণ্টেইনাৰ ভৰ্তি ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে আৰ-৭ টেবলেট, ৮ হাজাৰ টকা নগদ ধন, মোবাইল ছেট, এখন মটৰ চাইকেল আৰু এখন চাৰি চকীয়া বাহন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ইপিনে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে। ধৃত পঙ্খী ৰহমান, আতোৱাৰ ৰহমান, চফিকুল ইছলাম, ৰাজা আহমেদ আৰু নুৰ জামান ৰহমানৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।
সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে নৱ প্ৰজন্ম
-
By publisher

ADVERTISEMENT
Related Content
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
By
publisher
May 12, 2025