‘গংগুবাই কাথিয়াৱাড়ী’ত সঞ্জয়ৰ লোকগীত !

omg sanjay leela bhansalis extravagant set of gangubai kathiawadi to be demolished 0001

‘ইনছাহল্লাহ’ৰ এটি নতুন গীত সংযোজিত হ’ব ‘গংগুবাই কাথিয়াৱাড়ী’ত ? এনেধৰণৰে চৰ্চা শুনা গৈছে বলীউডত । অৱশ্যে সঞ্জয়ে জনাইছে, অন্য ছবিৰ গীত নহয়, নতুন গীত সংৰচনা কৰিছে তেওঁৰ আগন্তুক ছবিৰ বাবে । ঘটনা প্ৰকাশ্যত আহোঁতেই কিংবদন্তি পৰিচালক সত্যজিৎ ৰায়ৰ স’তে তুলনা হৈছে তেওঁৰ । বলীউডত কোৱা হৈছে, এনেদৰে সত্যজিৎ ৰায়ৰ জনাৰকে যেন আগুৱাই নিছে ভান্সালীয়ে ।

তথ্য অনুসৰি, সঞ্জয় সংৰচিত গীতত মাটিৰ গোন্ধৰ স’তে থাকিব প্ৰেমৰ ছায়া । নিজৰ গীত সংৰচনাৰ ক্ষেত্ৰত ভন্সালিৰ দাবী, তেওঁ একাধিক পৰিচালক, কণ্ঠশিল্পীৰ দ্বাৰা অনুপ্ৰাণিত ।

লগতে বলীউডত চৰ্চা হৈছে যে, গীতৰ উপৰিও ‘গংগুবাই কাথিয়াৱাড়ী’ আৰু ‘ইনছাহল্লাহ’ৰ মাজত আৰু দুটা সামঞ্জস্য আছে । দুয়োখন ছবিৰে পৰিচালক সঞ্জয় লীলা ভান্সালী আৰু নায়িকা আলিয়া ভট্ট । ‘দেৱদাস’ৰ পাছত ‘ইনছাহল্লাহ’ত একেলগে কাম কৰাৰ কথা আছিল শ্বাহৰুখ খান-সঞ্জয়ৰ ।

Exit mobile version