তিনিচুকীয়াত জিলা প্ৰশাসনৰ দুচকীয়া বাহনৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

PILLION

দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান নকৰিলে জিলাখনত নাপাব পেট্ৰল ৷

জিলা পথ সুৰক্ষা সমিতিৰ সভাৰ সিদ্ধান্তমৰ্মে জাৰি কৰা হৈছে উক্ত নিৰ্দেশনা ৷

Exit mobile version