মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব। কোনাে কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে। ঘৰুৱাত বাধা কম। হঠাৎ ব্যস্ততা বৃদ্ধি। শুভ ৰং বাগ।
বৃষ : কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব। দাম্পত্যত শুভ ফল ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা। প্রেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা।
মিথুন : কর্মক্ষেত্ৰত সহকৰ্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন- দেনত গুৰুজনাৰ পৰামর্শ লােৱা বাঞ্ছনীয়। অভিনেতা- অভিনেত্রীসকলৰ কাৰ্যদক্ষতা হ্রাস পাব। শুভ ৰং গেৰুৱা।
কর্কট : নিবনুৱা ব্যক্তিসকলৰ কৰ্মপ্রাপ্তি যােগ। ভাবি থকা কামত বাধাৰ কাৰকতা।পতি-পত্নীৰ যৌথ প্রচেষ্টা সফল হােৱাৰ কাৰকতা স্বাভাৱিক। শুভ ৰং কমলা।
সিংহ : অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান-সম্মান বৃদ্ধি। কর্ম। আৰু ধৰ্মত সমভাৱে আসক্ত হ’ব পাৰে। দাম্পত্য সম্পর্ক শুভ। ধনাভাব যথাযথ। শুভ ৰং হালধীয়া।
কন্যা : কর্মত অগ্রিম পদোন্নতি। মনােবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা। পুত্র বা কন্যাৰ পৰা ক্ষয়-ক্ষতিৰ আশংকা। সম্ভাব্য স্থলত অপত্য লাভ। শুভ ৰং কলা।
তুলা : প্রয়ােজনীয় আৰু অপ্রয়ােজনীয় কথাত মন গধুৰ হৈ থাকিব। কিন্তু সামগ্রিকভাৱে সমগ্ৰ দিনটো অনুকূল প্রভাৱ থাকিব। বুদ্ধিৰাে উন্নত ফল। শুভ ৰং নীলা।
বৃশ্চিক : শৰীৰ ভালেই যাব। পাৰিবাৰিক ক্ষেত্রত সু-সংবাদ কাৰক। কোনাে বিষয়তে ভাব প্রৱণতা বা কক্ষতা বর্জন কৰাই উচিত। ভ্রমণ মধ্যম। শুভ ৰং গুলপীয়া।
ধনু : উন্নত সংযােগ। ভ্ৰমণত ব্যাঘাত। আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশ হে মৃদু পূৰণৰ আশা। দিনৰ ১০ বজাৰ পৰা এঘন্টা সময় কার্যকৰী।শুভ ৰং আকাশী নীলা।
মকৰ : পাৰিপাৰ্শিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে। নিজৰ অজান্তে কোনাে প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে। বিদ্যাত বেয়া নহ’ব। শুভ ৰং কলা।
কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব। ব্যৱসায়ত চিন্তাৰ কাৰণ নাই। কর্মস্থান শুভ বুলি ক’ব পাৰি অৰ্থৰ্ভাগ্যৰ সুযােগ। দাম্পত্য জীৱন মধুৰ হ’ব। শুভ ৰং কমলা।
মীন : অবাস্তৱ কথাৰ মাজত কষ্ট পাব। যােগাযােগত সুফল কম পাব। শৰীৰ সম্পর্কে উদাস্তা। খৰচ-পাতি বৰ্জন কৰক। উপর্যুপৰি দায়িত্বৰ কাৰক। প্রেমত শুভ সংযােগ। শুভ ৰং গেৰুৱা।