দিনটোৰ ৰাশিফল

horoscope 1 1623694440

মেষ : আর্থিক দিশত বাধাগ্রস্ত হ’ব। কোনাে শুভ কথাত মন আনন্দিত হ’ব। কমলা ৰঙৰ ব্যৱহাৰে আপােনাৰ যাত্রা শুভ। শুভ ৰং কমলা।

বৃষ : দিনটো উন্নত হ’ব। কর্মত বাধা আছে। শিৱৰ মন্ত্র জপ কৰিব। পাতল ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব। যাত্রা কৰােতে সাৱধান হ’ব। শুভ ৰং ক্রীম।

মিথুন : কোনাে বিশেষ কামত সফল হ’ব। শৰীৰৰ প্ৰতি হেলা নকৰিব। সন্ধিয়া ছয় বজাৰ পাছত যাত্রা নকৰিব। আপােনাৰ শুভ ৰং কমলা।

কর্কট : ব্যৱসায় বাণিজ্যত উন্নতি। যােগাযােগত খুব বেয়া নহয়। ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাচ পাক দি মেৰিয়াই ল’ব। যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা।

সিংহ : সন্তানৰৰ ওপৰত সতর্কতাৰ প্রয়ােজন। যাত্রা কৰিলে চাই-চিতি কৰিব। পাৰিবাৰিক অশান্তিত ভুগিব। শুভ ৰং সেউজীয়া।

কন্যা : শিল্পীসকলে কর্মত সফলতা লাভ কৰিব। দিনৰ ১২ বজাৰ পাছত যাত্ৰা কৰিলে যাত্রা শুভ হ’ব। হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব। শুভ ৰং হালধীয়া।

তুলা : সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থসিকলৰ শুভ দিনটোত এবাৰ বগা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিত যাব। যাত্রা শুভ হ’ব। শুভ ৰং বগা।

বৃশ্চিক : কোনাে কামত সফলতা লাভ কৰিব। আজি আপুনি যাত্রা কৰিলে বেঙুণীয়া ৰঘৰ বস্ত্র পৰিধান কৰিব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ ৰং বেঙণীয়া।

ধনু : ব্যৱসায়ত অনুকূল প্ৰভাৱ পৰিব। পাৰিবাৰিক ক্ষেত্ৰটো দিনটো শুভ। যাত্ৰাত মেৰুণ ৰং ব্যৱহাৰ কৰিব। বিদ্যাত শুভ। শুভ ৰং মেৰুণ।

মকৰ : কর্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতবিৰােধ। প্রেমত আনন্দ। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গােলপীয়া।

কুম্ভ : বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা।

মীন : কর্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মতবিৰােধ হ’ব পাৰে। যাত্রা কৰিলে পাতল হালধীয়া ৰঙৰ পৰিধান কৰি ল’ব। শুভ ৰং হালধীয়া।

Exit mobile version