মেষঃ (গৱেষকসকল কৰ্মত নতুন উৎসাহ পাব) কোনো সংবাদত মন ঠিক নাথাকিব পাৰে । কৰ্মস্থানত সহকৰ্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক । (প্ৰেমত শুভ) ।
বৃষঃ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে । আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক । ব্যৱসায়ীসকল লেনদেনত বাধাপ্ৰাপ্ত হ’ব । শৰীৰৰ প্ৰতি নজৰ দিয়ক ।
মিথুনঃ সামগ্ৰিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব । কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনত চেষ্টা কৰক ।
কৰ্কটঃ আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে । নতুনকৈ কোনো কামৰ সন্ধান পাব । ঘৰুৱা দায়িত্ব পালনত অৰ্থ ব্যয় হ’ব পাৰে ।
সিংহঃ নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব বাবে সাৱধানে থাকক । কৰ্মস্থানত নতুন দায়িত্ব পৰিব । দাম্পত্যত জেদভাৱ ত্যাগ কৰক । ভ্ৰমণৰ বাবে যো-জা ।
কন্যাঃ আৰ্থিকত খৰচ বৃদ্ধি পালেও যি প্ৰয়োজনীয় কাৰণ হ’ব পাৰে । বিশেষে অৰ্থ লাভৰ আশাও কৰিব পাৰে। পাৰিপাৰ্শ্বিকত বিশেষ বাধা নাপাব । মাতৃৰ শৰীৰ ঠিকেই থাকিব ।
তুলাঃ দিনটো আপোনাৰ মোটামুটি ভালেই যাব । আৰ্থিকত প্ৰাপ্য ধন পোৱাৰ আশা কৰিব পাৰে । ব্যৱসায়ত আইনগত বাধা আহিব । ভ্ৰমণত দ্ৰৱ্য লাভৰ কাৰকতা ।
বৃশ্চিকঃ সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায় । বিদ্যাত অনুকূল । সন্তানৰ সুসংবাদ পাব । ঘৰুৱাত বেছি একো নাই । ব্যৱসায়ীসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ’ব ।
ধনুঃ যোগ্যতা সম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মত সুচল অনুভৱ কৰিব পাৰে । ভাই-ভনীৰ পৰা আনন্দ পাব । আৰ্থিকত বিশেষ আধা নাপাব । দাম্পত্যত চিন্তা ।
মকৰঃ মান সন্মানৰ ক্ষেত্ৰত উৎসাহ পাব । পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্ৰাস পাব । নতুন কৰ্ম সন্ধানৰ সম্ভাৱনা বিদ্যাত শুভ, হঠাৎ আনন্দৰ কাৰক ।
কুম্ভঃ মান সন্মানৰ ক্ষেত্ৰত উৎসাহ পাব ।পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্ৰাস পাব । নতুন কৰ্ম সন্ধানৰ সম্ভাৱনা বিদ্যাত শুভ, হঠাৎ আনন্দৰ কাৰক ।
মীনঃ অস্থিৰতা বৰ্জন কৰক । চেষ্টা কৰক । যান-বাহনৰ পৰা সাৱধান, আকস্মিক আগ্ৰীত প্ৰাপ্তিৰ সম্ভাৱনা । ব্যৱসায়ীসকলো সফলতা পাব ।