নতুন এছঅ’পিৰ বিষয়ে কি ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

E3DHbdWUUAQ2Swr

● ৰাজ্যৰ ২৪৭ টা স্থানত ১০ জনতকৈ অধিকৰ সংক্ৰমণ বৃদ্ধি ।
●৪,৫৮১ টা স্থানত ১০ জনতকৈ কম লোক সংক্ৰমিত ।
● ২৪৭ টা অঞ্চলত সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জ’ন হ’ব ।
● ৪,৫৮১ টা অঞ্চলত জিলা উপায়ুক্ত‌ই চোকা দৃষ্টি ৰাখিব ।
● বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁও জিলাত সোমবাৰ পুৱাৰ পৰা এসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জ’ন হ’ব ।
● বোকাখাত মহকুমাত এসপ্তাহৰ বাবে কণ্টেইনমেণ্ট জ’ন হ’ব ।
● কামৰূপ মহানগৰত তিনি বজালৈ খোলা থাকিব আৰু চাৰি বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব ।
● হাইলাকান্দিত চাৰি বজালৈ খোলা থাকিব । পাঁচ বজাৰ পৰা সান্ধ্য আইন ।
● বাকীসমূহ জিলা দিনৰ ১২ বজালৈ খোলা আৰু এক বজাৰ পৰা সান্ধ্য আইন ।

Exit mobile version