■ আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিল তিনিটাকৈ বন্যহস্তী ।
■ খাদ্যৰ সন্ধ্যানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ মুক্ত বিচৰণ হাতীকেইটাৰ।
■ পেলনীয়া খাদ্য গ্ৰহণ কৰে বনৰীয়া হাতীকেইটাই ।
■ বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত স্থানীয় ৰাইজ ।
■ আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়েই খাদ্যৰ অভাৱত এনেদৰে বন্যহস্তীৰ মুক্ত বিচৰণ দেখা যায় সাতগাঁও অঞ্চলত ।
পুৱাই মহানগৰীৰ সাতগাঁৱত গজৰাজৰ পৰিভ্ৰমণ
-
By publisher
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024