ক’ভিড আপডেট

unnamed 6

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪৮,৬৯৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৭৯ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,০১,৮৩,১৪৩ জন ।

● ইতিমধ্যে ৩,৯৪,৪৯৩ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ১,১৮৩ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪০,১৩,১৪,২৫৭ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● যোৱা ২৪ ঘণ্টাত ১৭,৪৫,৮০৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৩১,৫০,৪৫,৯২৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৬১,১৯,১৬৯ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version