দিনটোৰ ৰাশিফল

horoscope 5 1

মেষ : শুভ ৰং গেৰুৱা, অচিনাকি ব্যক্তিৰ লগত মিলামিচা নকৰিব ক্ষতিৰ আশংকা আছে। খং দমাই ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰে। হাতলৈ টকা-পইচা আহিব।

বৃষ :শুৰ ৰং হালধীয়া।, মাটি-বাৰীৰ সিমা জনিত সমস্যা হ’ব পাৰে। আজি যুতিয়া ব্যৱসায় আৰম্ভ নকৰিব। স্বাস্থ্যৰ প্রতি যত্ন ল’ব।

মিথুন : শুভ ৰং বেঙুনীয়া, দুর্ঘটনাৰ সম্ভাৱনা দেখা যায়। টকা-পইচা লেন-দেন কৰােতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যােগ আছে।

কর্কট : শুভ ৰং নীলা, চাকৰি কৰা জাতকে ধৈর্যৰে সকলাে কাম কৰিব অন্যথা ক্ষতি হ’ব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনাে ভাল কাম আজি আৰম্ভ হ’ব। ঋণ মুক্ত হ’ব পাৰে।

সিংহ : শুভ ৰং হালধীয়া, ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। পুত্রই কৰা ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে।

কন্যা : শুভ ৰং ৰঙা, ব্যৱসায়ীসকলৰ ধনাগমনৰ যােগ। শত্ৰুৰ দ্বাৰা ক্ষতি হােৱাৰ ভয়। টকা-পইচা সংক্রান্তিয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ।

তুলা : শুভ ৰং গুলপীয়া, অচিনাকি ব্যক্তিয়ে সমস্যাত পলাব পাৰে। সন্তানৰ ভূলে অর্থ হানি কৰিব। কর্ম সংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাৰ পেলাব।

বৃশ্চিক : শুভ ৰং গেৰুৱা, শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহায়েৰে উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলাফুৰা কৰিব আঘাত পােৱাৰ সম্ভাৱনা।

ধনু : শুভ ৰং নীলা, বিবাহ সংক্রান্তিয় আলােচনাৰ আজি সুফল লাভ কৰিব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিচলি পৰি হাত-ভৰিত আঘাত পাব পাৰে।

মকৰ : শুভ ৰং ৰঙা, কৰিম বুলি ভবা কাম আজি আৰম্ভ কৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু-বিচ্ছেদ হােৱাৰ সম্ভাৱনা আছে। ভাল কাম কৰি থােৱাৰ ফল আজি লাভ কৰিব পাৰে।

কুম্ভ : শুভ ৰং সেউজীয়া, আজি কোনাে নতুন কামত হাত নিদিব। পুৰণা ৰােগত ভােগাসকলৰ স্বাস্থ্যৰ অৱনতি হােৱাৰ আশংকা আছে। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সন্তানৰ শুভ।

মীন : শুভ ৰং নীলা, ব্যৱসায়ীৰ অর্থ লাভৰ যােগ দেখা যায়। সন্তানৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মিয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যােগ।

Exit mobile version