দিনটোৰ ৰাশিফল

horoscope 5 1

মেষ : পিছবেলা কোনাে ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক। দাম্পত্যত মধম। শৰীৰ ভাল হলেও উদ্বেগ এৰাব নােৱাৰিব শুভ ৰং বগা।

বৃষ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতাে মন চঞ্চল হ’ব পাৰে। কোনাে খবৰত বৰ সুখী নহ’ব। আর্থিকতাে চিন্তা। প্ৰেমত শুভ। শুভ ৰং মূগা।

মিথুন : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাতাে চিন্তা কম যদিও ব্যস্ততা থাকিব। শুভ ৰং ৰঙা।

কর্কট : কার্যকৰী সংযােগত অনুকূল। আর্থিকতাে আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনাে সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা নকৰিব। শুভ ৰং সেউজীয়া।

সিংহ: অধীৰ আগ্ৰাহেৰে কোনাে অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। বিদ্যার্থীয়ে অতি দৰকাৰী পাটত গুৰুত্ব দিয়ক। আবেলি কিছু উন্নত। শুভ ৰং কমলা।

কন্যা :কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনাে সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যােৱা টান। ব্যৱসায়ত মধ্যম ফল পাব।শুভ ৰং ক্রীম।

তুলা : কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। বিদ্যাত উন্নতি। শুভ ৰং পালত নীলা।

বৃশ্চিক : পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব। আর্থিক দিশত শুভ। শুভ ৰং বগা।

ধনু : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যত তেনে আভাস আছে। শৰীৰ মধ্যম। পৰা পক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং আকাশী নীলা।

মকৰ: মনত ফৰপাল নাৰাখিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা ভ্ৰমণত কষ্ট। শুভ ৰং কলা।

কুম্ভ : নিজৰ ভাবমূৰ্বি প্রতি আপােনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া বাৰুৰ কথা-বতৰাত আগুৱাব। সুকুমাৰ কলা শিল্পত অনুকূল। শুভ ৰং ৰঙা।

মীন: কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নলাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক কিছু হলেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং কমলা।

Exit mobile version