● সোমবাৰে নিশা জিএমচিএইচ-ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● নিশাই জিএমচিএইচ-ত উপস্থিত স্বাস্থ্যমন্ত্ৰী ।
● হাস্পতালত ভৰ্তি হোৱা পৰ্যন্ত ৰোগীকেইজনৰ অক্সিজেনৰ মাত্ৰা গুৰুত্বৰভাৱে কমি গৈছিল, ফলত তেওঁলোকৰ মৃত্যু হয় বুলি জানিব দিয়ে চিকিৎসকে ।
● উল্লেখযোগ্য যে জিএমচিএইচ-ত মৃত্যু হোৱা এই ৰোগীকেইজনৰ এজনেও ক’ভিড ভেকচিন লোৱা নাছিল ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু
-
By publisher
Related Content
বাংলাদেশত বাংলাত অনুদিত হৈ প্ৰকাশ পালে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গ্ৰন্থ 'গেৰিলা'
By
publisher
February 27, 2025
Uttar Pradesh Incident: শিক্ষয়ত্ৰীৰ প্ৰহাৰত দৃষ্টি শক্তি হেৰুৱালে তৃতীয় শ্ৰেণীৰ ছাত্ৰীয়ে !
By
publisher
February 27, 2025
Teer Mafia Arrested In sonapur: সোণাপুৰ আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া
By
publisher
February 27, 2025
Youtuber Ashish Chanchalani:গুৱাহাটী আৰক্ষীৰ ক্রাইম ব্রাঞ্চত হাজিৰ বিতর্কিত ইউটিউবাৰ আশিস চঞ্চলানী
By
publisher
February 27, 2025
Education Minister Ranoj Pegu Announced:লখিমপুৰত শিক্ষামন্ত্ৰীৰ শিক্ষা সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা
By
publisher
February 27, 2025