● নৱ ডাঙৰীয়া নামৰ এজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২১ গ্ৰাম ড্ৰাগছ্ ৷
● নৱ ডাঙৰীয়াই ব্যৱহাৰ কৰা এ এছ ২৩ কে ০০৪৮ নম্বৰৰ মাৰুতী ছুইফ্ট বাহনখনো জব্দ কৰে আৰক্ষীয়ে ৷
● তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰেণ বৰুৱাৰ নেতৃত্বত চলিছিল উক্ত অভিযান ৷
● ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত নৱ ডাঙৰীয়াক মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷
তিনিচুকীয়া বৰগুৰি বাইপাছ পথত ড্ৰাগছ্ উদ্ধাৰ তিনিচুকীয়া আৰক্ষীৰ
-
By publisher


Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026