দিনটোৰ ৰাশিফল

daily horoscope 1

মেষ : নিজৰ বিচাৰ বুদ্ধিক কামত লগাওতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক। দাম্পত্যত জটিলতা কম। সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুত্বৰ নহ’লেও চিন্তা থাকিব। শুভ ৰং আকাশী নীলা।

বৃষ : যােৱা দিনৰ তুলনাত আজি ফৰকাল। ঘৰুৱা পৰিৱেশ আপােনাৰ অনুকূল। সতি-সন্ততিৰ বাবে বিশেষ দুৰ্ভৱনা দেখা নাযায়। কর্মক্ষেত্ৰত আপােনাৰ ব্যক্তিত্ব অক্ষুন্ন থাকিব। ভ্ৰমণত সাৱধান হওক। শুভ ৰং ক্রীম।

মিথুন : আর্থিক ক্ষেত্ৰত সাধাৰণ জটিলতা থাকিব। বুদ্ধিৰ অপব্যৱহাৰ হােৱাৰ আশংকা থাকিব। প্রেম-প্রীতিত মধ্যম মনােযােগ। ঘৰুৱা উন্নতিৰ প্রচেষ্টা। বন্ধুৰ আগমন। শুভ ৰং ৰঙা।

কর্কট : আর্থিক উন্নতিৰ বাবে কিছু যত্ন থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। বন্ধু-বৰ্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব। নতুন কোনাে আশাৰ সন্ধান পালেও গােপনে ৰাখক। শুভ ৰং কমলা।

সিংহ : যােগাযােগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব। কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে। অৱশ্যে জটিল চক্ৰৰ সাৱধান হওক। ঘৰুৱা মধ্যম সন্তানৰ শুভ। প্ৰেমত উৎসাহ। শুভ ৰং সেউজীয়া।

কন্যা : দিনটো প্রায় ভালেৰে পাব হ’ব। বিদ্যাত কিছু সমস্যা আহিব পাৰে। কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্নন কৰক। ভ্রমণ সম্ভৱ। পিছে সাৱধান হওক।শুভ ৰং হালধীয়া।

তুলা : (অশুভ প্রভাৱ হ্রাস পাব। বিদ্যার্থীয়ে আদৰ পাব) সংবাদত সুখী হ’ব। কর্মক্ষেত্ৰত যােগ্যতা থাকিব। ঘৰুৱা জটিলতা সকলােৰে সমান নহ’ব। ব্যৱসায় বাণিজ্যত বেছি লাভবান নহ’ব পাৰে। শুভ ৰং কমলা।

বৃশ্চিক : মজলীয়া দিন। কোনাে আত্মীয়ৰ বাবে চিন্তা থাকিব। বিদ্যার্থী সময়টো খুব বেয়া নহ’ব। দাম্পত্যত চঞ্চলতা থাকিব যদিও বিশেষ আহুকাল নাই। সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ। শুভ ৰং নীলা।

ধনু : শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনােৱে সন্মানিত হােৱাৰ যােগ। পাৰিবাৰিক আৰু কর্মক্ষেত্ৰত ভালেই দেখা যায়। আর্থিত মধ্যম। পঢ়া-শুনাত শুভ। শুভ ৰং বগা।

মকৰ : মানসিক দিশত উন্নত দিন। বিদ্যাতাে মনােযােগ বঢ়াব পাৰিব। শৰীৰৰ প্রতি বিশেষ চিন্তা নাই দাম্পত্যত বুজা পৰা থাকিব। কিবা প্রাপ্যদি থাকিলে যত্ন কৰক। যােগাত্মক ফল পাব। শুভ ৰং ৰঙা।

কুম্ভ :সম্ভাৱনীয় দিশত পােনে পােনে সফল নহ’ব। নিজৰ বুদ্ধিত কিছু কৌশল প্রয়ােগ ক। দাম্পত্যত সামান্য ওফোন্দ-অমিল দৃষ্ট হ’ব। সন্তানৰ ভালেই। আর্থিকত মধ্যম। শুভ ৰং পাতল ৰঙা।

মীন : কর্মত কোনাে লােকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য কৰক। ঘৰুৱাত বেয়া নহ’ব। বিদ্যাত মন দিয়ক। শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ। ভ্রমণ হ’ব পাৰে। শুভ ৰং গেৰুৱা।

Exit mobile version