দিনটোৰ ৰাশিফল

horoscope 5 1

মেষ : পৰিৱেশত কিছু খেলিমেলি থাকিব। খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম-কাজ মন ৰাখিব। ভ্রমণ আদিতাে কষ্ট পােৱাৰ সম্ভাৱনা আর্থিকত মধ্যম। শুভ ৰং ৰঙা।

বৃষ : কোনাে কথাত মানসিক অন্তর্দ্বন্দ্বত ভােগাৰ সম্ভাৱনা। পুৰণা বন্ধু লগত সাক্ষাতৰ সম্ভাৱনা আছে। প্রেম-প্রীতিত তেনে বাধা নাই। দাম্পত্যত একেবাৰে নিৰাশ নহয়। ভ্রমণ সম্ভৱ। শুভ ৰং হালধীয়া।

মিথুন :প্রিয় সংগৰ লগত মন ভাল লাগিব। আর্থিকত মজলীয়া ফল পাব। ঘৰুৱা শান্তি ব্যাহত নহয়। নতুন সংবাদত চিন্তিত। কোনােৱে বৈবাহিক যােগাযাগ বা সামাজিক সম্পর্কাদিত যােগদান কৰিব পাৰে। শুভ ৰং মাটিয়া।

কর্কট : কর্মস্থানত কোনাে কাৰণে কিছু উদ্বেগ দেখা যায়। মস্তান্তৰ আদিৰাে কাৰক। কোনাে সংবাদ আৰু যােগাযােগত সামান্য সুখ। শুভ ৰং মেৰুণ।

সিংহ : আজি কিছু উন্নত। কর্মস্থানত পূর্বৰ তুলনাত অনুকূল। নিজৰ বাঞ্ছিত আশা পূৰণৰ দেখিব পাৰে। আর্থিক কঠিনতা বিশেষ নাপাব। শুভ ৰং নীলা।

কন্যা : শৰীৰ সংঘাতৰ মুখামুখী। অস্থিৰতা বর্তমান। বেছি জটিল কথা তৎক্ষণাত সমাধান চিন্তা নকৰিব। বিদ্যাত মধ্যম। শুভ ৰং গুলপীয়া।

তুলা :দিনটো মধ্যম বুলি ধৰিব পাৰে। যােগাযােগৰ ইচ্ছুকৰ সফলতা। ভ্রমণাদিত বাধা কম। অযথা কথা মূৰত লৈ দেহ-মন বেয়া নকৰিব। শুভ ৰং সােণালী।

বৃশ্চিক : শুভ সংযােগ। কর্তাদিত উৎসাহ পাব। কোন ব্যক্তিগত কাৰণত কৰা অভিযান কিছুদূৰ আশাপ্রদ। শিল্পী, অভিনেতাৰ সুফল। শুভ ৰং বেঙুনীয়া।

ধনু : অস্থিৰতাৰ কাৰক। আর্থিক সফলতা কম পাব। শৰীৰ মাধ্যম। কোনাে সংবাদত মিশ্রিত ফল। বিয়া-বাৰুৰ চেষ্টা কৰে। শুভ ৰং সেউজীয়া।

মকৰ : দাম্পত্যত ভালেই। শৰীৰাে বেয়া নাযাব। বিদ্যাত বেয়া নহ’ব। ন বজাৰ পৰা চাৰি বজাৰ সময়খিনি পাৰিলে বর্জন কৰক। শুভ ৰং কলা।

কুম্ভ : শৰীৰ আৰু পাৰিপাৰ্শিক প্রায় অনুকূল। আজি কোনাে সম্ভাৱনীয় যােগাযােগত উপকৃত হ’ব। য’তে-ত’তে পৰাপক্ষত একো মন্তব্য নিদিব। ব্যৱসায় শুভ। শুভ ৰং আকাশী।

মীন : আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। ঘৰুৱা উন্নতিৰ প্রচেষ্টা। প্রেম-প্রীতিত মধ্যম মনােযােগ। মাটি-বাৰীৰ নতুন পৰিকল্পনা। শুভ ৰং হালধীয়া।

Exit mobile version