মেষ : আর্থিকত বাধা দেখা নাযায়। কর্মত আপােনাৰ দৃঢ়তা বৃদ্ধি পাব। শৰীৰ মধ্যম। ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব।
বৃষ : দিনটো উৎসাহ জনক নহ’ব পাৰে। পৰিৱেশৰ লগত মনৰ মিল কম হ’ব। স্থায়ী কোন কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব।
মিথুন : কর্মক্ষেত্ৰত বাধা থাকিব। বিদ্যাত জটিলতা নাই। পঢ়াত মন বহুৱাওক। প্রেমত নতুন সংযােগ। প্রেমত শুভ।
কর্কট :অনুকূল দিন। যােগাযােগত প্রায় ভালেই। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাতাে সিমান জটিলতা নাথাকিব।
সিংহ: কোনাে কর্মৰ লগত কৌশলগত সংযােগ ৰাখি কৃতকার্য হ’ব। মনৰ অৱস্থা ভালেই থাকিব। বিদ্যাত মধ্যম। প্ৰেমত অশুভ।
কন্যা : মধ্যম দিন। শৰীৰাে এক ৰকম। বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্রগতি দাম্পত্যত চিন্তা থাকিব।
তুলা : আর্থিক উন্নতিৰ চেষ্টাত অনুকূল। প্রাপ্য মান-সম্মান লাভৰ সংবাদ। জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে। বিদ্যাত শুভ।
বৃশ্চিক : অস্থিৰতা লাহে লাহে হ্রাস পাব। কিছু পৰিবর্তনীয় কামৰ অগ্ৰসৰতা। শৰীৰ ভালেই যাব। পঢ়াত বাধা।
ধনু : খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশতাে সমস্যা বৃদ্ধি পাব। ভ্ৰমণত সতর্ক থাকিব। মূৰৰ বিষ হ’ব পাৰে।
মকৰ : দিনটো আপােনাৰ প্ৰায় ফৰকাল বুলিব পাৰে। কর্মক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰাে মধ্যম। বিয়াৰ যােগাযােগত শুভ।
কুম্ভ : কর্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আবেগ প্রৱণতাৰ দ্বাৰা নচলিব। ভ্ৰমণত লাভজনক ফল। বিদ্যাত শুভ।
মীন : কর্মত নিৰাশ নহ’ব। চেষ্টাত অটল থাকক। বিদ্যাত শুভ। আর্থিকত দুশ্চিন্তা কম। নিবনুৱাৰ কৰ্মলাভৰ যােগ।