★ নয়নতৰা ফুলৰ পাতৰ ৰস তিনিচামুচকৈ দিনে দুবাৰ সেৱন কৰিলে বহুমূত্ৰ ৰােগ নিৰাময় হয়।
★ এই ফুলৰ পাতৰ ৰস তিনিচামুচকৈ দিনে দুবাৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত থাকে।
★ ৰুদ্রাক্ষৰ ৰস উলিয়াই তাৰ লগত নয়নতৰা পাতৰ ৰস মিহলাই তিনিচামুচকৈ দিনে দুবাৰ খালে কর্কট ৰােগৰ পৰা সকাশ লাভ কৰিব পাৰিব।
★ ইয়াৰ পাতৰ ৰস বা ইয়াৰ শিপাৰ ৰস তিনিচামুচকৈ দিনে দুবাৰ সেৱন কৰিলে তেজ পৰিষ্কাৰ হৈ ছালৰ বিভিন্ন সমস্যা ভাল হােৱাৰ লগতে গােল্ম বা ৰক্ত গােল্ড ৰােগাে নিৰাময় হয়।
★ ১০০ গ্রাম ছাগলী গাখীৰৰ লগত চাৰি চামুচ নয়নতৰা শিপাৰ ৰস মিহলাই গৰম কৰি খালে প্রচাৱ দূষিত হােৱাৰ ফলত হােৱা পেটৰ বিষ ভাল হয়।
★ ১০০ গ্রাম ছাগলী গাখীৰৰ লগত চাৰি চামুচ নয়নতৰা শিপাৰ ৰস মিহলাই গৰম কৰি খালে কৌষ্ঠকাঠিন্য নােহােৱা হয় আৰু প্রচাৱৰ লগত জড়িত সমস্যা নােহােৱা হয়।
★ এই ফুলৰ পাত সিজাই তাৰ চাৰি চামুচ ৰসৰ লগত ছাগলী গাখীৰ মিহলাই খালে পেটৰ কামােৰণি নােহােৱা হয়।
★ ইয়াৰ পাত খুন্দি এই লেপন জুয়ে পােৰা অংশত লগালে সেই অংশৰ পােৰণি নােহােৱা হয়।