এইবাৰ দিল্লীতো তৃণমূল কংগ্ৰেছে পালন কৰিব ছহিদ দিৱস

freepressjournal 2021 07 512b5153 f4a1 4afe 8a6f 7132ec462196 mamata banerjee PTI122

অহা ২১ জুলাইত তৃণমূল কংগ্ৰেছে দলৰ ছহিদ দিৱস ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো পালন কৰিব ।

২১ জুলাইত তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে দলৰ নেতা কৰ্মীক উদ্দেশ্যি ছহিদ দিৱস উপলক্ষে ভাষণ দিব আৰু এই ভাষণ দিল্লী পৰ্যন্ত প্ৰেৰণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিলে পশ্চিমবংগৰ শাসনাধিষ্ঠিত দলটোৱে ।

তৃণমূল কংগ্ৰেছৰ দিল্লীস্থ কাৰ্যালয়ত এখন বৃহৎ এল‌ইডি স্ক্ৰিণৰ জৰিয়তে মুখ্যমন্ত্ৰী মমতাৰ ভাষণ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version