মদাৰ ফুলৰো আছে উপকাৰী গুণ জানো আহক সেইসমূহ কি ?

erythrina variagata paribhadrah 5461158018

★ মদাৰৰ হালধীয়া পাত ঘিউত গৰম কৰি তাৰ ৰস উলিয়াই কাণত এক/দুই টোপাল দিলে কাণৰ বিষ ভাল হয়।

★ মদাৰৰ ছালৰ বগা আঠা অলপ মান ঘিউত গৰম কৰি তাৰে বিষাই থকা দাঁতৰ গুৰিত মালিচ কৰিলে দাঁতৰ বিষ ভাল হয়।

★ মদাৰৰ শিপা খুন্দি ছালত লগালে কোষ্ঠ ৰােগ নিৰাময় হয়।

★ মদাৰ গছৰ শিপা খুন্দি ছালত লগালে ফুহা হােৱা সমস্যা নােহােৱা হয় আৰু ছালৰ যিকোনাে ৰােগ নিৰাময় হয়।

★ মদাৰ গছৰ শিপা এগিলাচ পানীৰ লগত ভালদৰে পিচি সেৱন কৰিলে সাপে খুটাৰ ফলত যি বিষ হয় সেইয়া নিৰাময় হয়।

★ মদাৰ ফুলৰ চূর্ণ, শুকান আদা আৰু জালুক একেলগে পিচি সেৱন কৰিলে কফৰ সমস্যা নােহােৱা হয়।

★ দুটা মদাৰ গছৰ কুমলীয়া পাত আৰু এখিলা পাণ একেলগে পিচি দিনে দুবাৰকৈ সেৱন কৰিলে জণ্ডিচ ৰােগ নিৰাময় হয়।

★ মদাৰ গছৰ পাত শুকুৱাই গুৰি কৰি শৰীৰৰ ঘাঁ হােৱা অংশত লগাব লাগে।

★ মদাৰৰ ফুলৰ আঠা নাৰিকল তেলৰ লগত মিহলাই শৰীৰত লগালে খৰ-খজুৱতি ভাল হয়।

Exit mobile version