কলগাছিয়াত জব্দ চোৰাং কাঠৰ বাহন

নিশা কলগাছিয়া আৰক্ষীৰ দলে অভিযান চলাই AS-19-AC-3208 নম্বৰৰ বাহনেৰে চোৰাং কাঠ লৈ যোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ গাড়ীৰ চালকজন পলাই সাৰে।

পাছত জব্দকৃত কাঠসহ টাটা ডি আই বাহনখন আৰক্ষীয়ে কলগাছিয়া থানালৈ লৈ আহে। অৱশ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অৱ্যাহত ৰাখিছে।

Exit mobile version