ঘৰতে সমূহীয়া ঈদৰ নামাজ আদায় কৰিলে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে

চৰকাৰী ক’ভিড নীতি’নিয়ম পালন কৰি নিজ ঘৰতে সমূহীয়া ঈদৰ নামাজ আদায় কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে।

ADVERTISEMENT

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদুজ্জোহা । পুৱা সকলোৱে ক’ভিড নীতি-নিয়ম মানি ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰিলে। তলাবন্ধ বাবে নাই কোনো উৎসাহ উদ্দীপনা, নাই কোনো জাক জমকতা ।

সমগ্ৰ অসমৰ লগতে কোনো এখন আঞ্চলিক ঈদগাহ ময়দানত দেখা নগ’ল ৰাইজ। সম্পন্ন কৰা নহ’ল সমূহীয়া ঈদৰ নামাজ। জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে পৰিয়ালৰ লোকক লৈ নিজ ঘৰতেই নামাজ আদায় কৰে।

Exit mobile version