দিনটোৰ ৰাশিফল

22fdcda0 4a80 11eb bcff eab332f06024

মেষ : নতুন সম্পত্তি লাভ, সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। শুভ ৰং ক্রীম।

বৃষ : বিদ্যার্থীৰ আনন্দ পাব। আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। শুভ ৰং বগা।

মিথুন : সাহিত্য সেৱা আনন্দ পাব। কোনােৱে বাস্তৱ ক্ষেত্ৰত খােজ পেলাই উপকৃত হ’ব। কর্তব্যত আপােনাৰ যােগ্যতা থাকিব। সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্রাপ্তিৰ আশা। শুভ ৰং কমলা।

কর্কট : প্রেমত আনন্দ, শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যােগাযােগ। দিশ উন্নত অৱশ্যে আপােনাৰ হুমুৰীয়া স্বভাৱৰ দোষত । ভ্রমণ শুভ, ৰং পাতল নীলা।

সিংহ : যাত্ৰাত কষ্ট হ’ব। কোনাে আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। ফল দাম্পত্যত নতুন-চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া।

কন্যা :সন্তানৰ পৰা আনন্দ। জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা : উত্তম বস্ত্র লাভ। সাধাৰণ শৰীৰৰ আহুকাল পাব। কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। শুভ ৰং ক’লা।

বৃশ্চিক : সম্পদ বৃদ্ধি, ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো আনন্দ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হােৱাৰ যােগ। শুভ ৰং নীল।

ধনু : শুভ সংবাদ, বিশেষকৈ অসুবিধা নাই। উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিদ্যাত বাধা কম। শুভ ৰং ক্রীম।

মকৰ : ধনৰ নাটনি হ’ব পাৰে। কোনাে প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ। ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক। শুভ ৰং বগা।

কুম্ভ : সামাজিক ব্যস্ততা, পঢ়া-শুনাত মনােযােগ লাগিব। ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লােহ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া।

মীন :শুভ বুদ্ধি, আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। নতুন সম্পদ ক্রয়। শুভ ৰং কলা।

Exit mobile version