ক’ভিড আপডেট

20210418 MOH KS LI Covid 19 Testing at ISBT 17 Chd 01 1618746569959 1618746616948

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪১,৩৮৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৪১শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১২,৫৭,৭২০ জন ।

● ইতিমধ্যে ৪,১৮,৯৮৭ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৫০৭ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৫,০৯,১১,৭১২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৭,১৮,৪৩৯ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪১,৭৮,৫১,১৫১ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ২২,৭৭,৬৭৯ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version